নিয়ৰত সেমেকা শুকান ঘাঁহৰ টুকুৰাবোৰে
মোৰ দুভৰি চুই আছে
পথাৰৰ আলিয়ে আলিয়ে
মই বিচাৰি ফুৰিছোঁ তোমাক
তোমাৰ খোপাত আঘোণৰ পথাৰৰ
সেই তেজ-হালধীয়া সূৰ্যটো লৈ
তুমি বাৰু কি কৰি আছা?
❧ | অধিক কবিতা:
অসমীয়া বানান শুধৰণি সঁজুলি
এতিয়াই ব্যৱহাৰ কৰক
নিয়ৰত সেমেকা শুকান ঘাঁহৰ টুকুৰাবোৰে
মোৰ দুভৰি চুই আছে
পথাৰৰ আলিয়ে আলিয়ে
মই বিচাৰি ফুৰিছোঁ তোমাক
তোমাৰ খোপাত আঘোণৰ পথাৰৰ
সেই তেজ-হালধীয়া সূৰ্যটো লৈ
তুমি বাৰু কি কৰি আছা?
❧ | অধিক কবিতা:
অসমীয়া বানান শুধৰণি সঁজুলি
এতিয়াই ব্যৱহাৰ কৰক